সমষ্টিটোৰ পাৰিষদ ৰেখাৰাণী দাস বড়োৰ নেতৃত্বত প্ৰদান কৰা হয় সাহাৰ্য্য সামগ্ৰী।
বৃহস্পতিবাৰে আমগুৰিত প্ৰায় ১০০গৰাকী লোকক প্ৰদান কৰা হয় এই সামগ্ৰীসমূহ।
সামগ্ৰীসমূহৰ মাজত আছে কম্বল,ফিল্টাৰ ,আঠুৱা,ছাতি।
দৰিদ্ৰ পৰিয়ালসমূহক কিছু সকাহ দিয়াৰ উদ্দেশ্যে বিতৰণ কৰা হয় সামগ্ৰীসমূহ।
অনুষ্ঠানটিত অংশগ্ৰহণ কৰে বিজেপি এছ.টি. মৰ্চাৰ ৰাজ্যিক সদস্য মধু নাৰ্জাৰী, এছ.টি. মৰ্চাৰ নেতা দিৰিংচা ৰামচিয়াৰী, কৃষি বোৰ্ডৰ সদস্য পুলক হাজৰিকা,বগুলামাৰী ভিচিডিচিৰ চিয়াৰমেন চন্দ্ৰমা বৰ্মনে





